অসমদৈনিক বাতৰিসংস্কৃতি

ব’হাগৰ বতৰ! ফুলি উঠা নাহৰ, তগৰ আৰু কপৌৱে দিছেহি ব’হাগ অহাৰ বতৰা

ব’হাগৰ বতৰ! ফুলি উঠা নাহৰ, তগৰ আৰু কপৌৱে দিছেহি ব’হাগ অহাৰ বতৰা

এতিয়া ব’হাগৰ বতৰ। ফুলি উঠা নাহৰ, তগৰ আৰু কপৌৱে দিছেহি ব’হাগ অহাৰ বতৰা। ব’হাগৰ আগমনৰ এই সময়ছোৱাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চৰাত ফুলি উঠা অৰ্কিডে এতিয়া আপ্লুত কৰি তুলিছে সকলোকে। কপৌফুলক বাদ দি বাপতি সাহোন বিহুটো যেন প্ৰতিগৰাকী অসমীয়াৰ বাবে অসম্পূৰ্ণ । ব’হাগৰ এই সময়ছোৱাতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায়বোৰ গছতেই ফক্স টেইল অৰ্কিড অৰ্থাৎ নাচনী কপৌ, ভাটৌ কপৌ আৰু শালিকী কপৌৰ লগতে বিভিন্ন প্ৰজাতিৰ ৰঙ বিৰঙৰ অৰ্কিডে আকৰ্ষিত কৰিছে বিভিন্নজনক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.