Assamassam policeleatest updateSocial

সংবাদ মাধ্যমৰ ভূমিকাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়!

সংবাদ মাধ্যমত চলা ‘ট্ৰায়েল’ক লৈ অসন্তুষ্ট SC

সংবাদ মাধ্যমৰ ভূমিকাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়!

সংবাদ মাধ্যমত চলা ‘ট্ৰায়েল’ক লৈ অসন্তুষ্ট SC

অপৰাধী আৰু ভুক্তভোগীৰ অধিকাৰ সুৰক্ষাত এই প্ৰশ্ন

মিডিয়া ব্ৰিকিঙৰ ওপৰত নীতি নিৰ্দেশনা প্ৰস্তুতিৰ নিৰ্দেশ

৩ মাহৰ ভিতৰত গাইড লাইন প্ৰস্তুতিৰ নিৰ্দেশ চৰকাৰক

সকলো ৰাজ্যৰ DGPক গৃহ মন্ত্ৰালয়ক পৰামৰ্শ দিবলৈ নিৰ্দেশ SCৰ

কোনো গোচৰত সংবাদ মাধ্যমক দিব লগা তথ্যৰ হ’ব গাইড লাইন

২০১৭ চনৰ পৰা চলি থকা গোচৰ প্ৰসংগত এই নিৰ্দেশ

মিডিয়া ট্ৰায়েলৰ বাবেই ন্যায় প্ৰক্ৰিয়া প্ৰভাৱিত হোৱাৰ অভিযোগ

মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ এই নিৰ্দেশনা

যিকোনো গোচৰত আৰক্ষীয়ে কিমান তথ্য প্ৰকাশ কৰিব তাক লৈ হ’ব  নীতি-নিৰ্দেশনা

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.