অপৰাধঅসম

বাইক চোৰৰ সন্ত্ৰাস! আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ গ’ল দুখনকৈ বাইক

গৌৰীসাগৰত বাইক চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ গ’ল দুখনকৈ বাইক।

গৌৰীসাগৰ আৰক্ষী থানাৰ নিচেই কাষতে চোৰৰ টিঘিলঘিলনি। কৰ্তব্যৰত আৰক্ষীৰ সন্মুখৰ পৰাই লৈ গ’ল বাইক। আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত চুৰিকাৰ্য। পালছাৰ 150 AS-04-W-5529 আৰু AS-04-H-2615 নম্বৰৰ দুখনকৈ বাইক আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ যোৱাত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈয়।

গৌৰীসাগৰ আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.