অসম

পূজাৰ বতৰত ব্যৱসায়ীসকললৈ সুখবৰ কঢ়িয়াই আনিলে তৈল কোম্পানীয়ে!

২৫.৫০ টকাকৈ হ্ৰাস পালে ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য

পূজাৰ বতৰত ব্যৱসায়ীসকললৈ সুখবৰ কঢ়িয়াই আনিলে তৈল কোম্পানীয়ে। হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। পূৰ্বৰ দামৰ তুলনাত এইবাৰ ২৫.৫০ টকাকৈ হ্ৰাস পালে ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য। পিচে কেৱল ১৯ কেজিৰ চিলিণ্ডাৰতহে প্ৰযোজ্য হ’ব এই নতুন মূল্য। পূজাৰ বতৰত তৈল কোম্পানীৰ এই উপহাৰস্বৰূপ ঘোষণাত এতিয়া উৎফুল্লিত ব্যৱসায়ী সমাজ।

 

দিল্লীত ব্যৱসায়ীক চিলিণ্ডাৰৰ মূল্য হ’ব ১,৮৫৯ টকা। কলকতা ,মুম্বাই আৰু চেন্নাইত চিলিণ্ডাৰ উপলব্ধ হ’ব ক্ৰমে ১,৯৫৯ টকা, ১,৮১১ টকা, ২,০০৯ টকাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.