Assamleatest updatenationalঅসমদৈনিক বাতৰিভাৰত

অযোধ্যাত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰচণ্ড শীতকো নেওচি সহস্ৰাধিক জনতাৰ আদৰণি PMক

অযোধ্যাত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰচণ্ড শীতকো নেওচি সহস্ৰাধিক জনতাৰ আদৰণি PMক

অযোধ্যাত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰোড শ্ব’ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰচণ্ড শীতকো নেওচি সহস্ৰাধিক জনতাৰ আদৰণি PMক

মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

বছৰত ১০ লাখ যাত্ৰীক সেৱা প্ৰদানৰ লক্ষ্যৰে নিৰ্মিত বিমানবন্দৰটো

৬,৫০০ বৰ্গমিটাৰ সামৰি নিৰ্মাণ টাৰ্মিনেল ভৱন

দুখন অমৃত ভাৰত ৰে’লো উদ্বোধন প্ৰধানমন্ত্ৰীৰ

৬খনকৈ বন্দে ভাৰত এক্সপ্ৰেছো শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অযোধ্যাৰ পৰিকাঠামো উন্নয়নৰ ক্ষেত্ৰত এই বিশেষ প্ৰকল্পসমূহ লোৱা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − 1 =

Back to top button