অসম

বিপদত পৰিব পাৰে মহানগৰবাসী! বন্ধ হ’ব অ’লা, উবেৰ, কেব সেৱা!

১ ফেব্ৰুৱাৰীৰ পৰা কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত।

বিপদত পৰিব পাৰে মহানগৰবাসী! বন্ধ হ’ব অ’লা, উবেৰ, কেব সেৱা!
গুৱাহাটীত বন্ধ হ’ব অ’লা, উবেৰ, কেব সেৱা। কেব সেৱা বন্ধৰ সিদ্ধান্ত কেব মজদুৰ সংঘৰ। ১ ফেব্ৰুৱাৰীৰ পৰা কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত। কেব চালকসকলক কৰি অহা শোষণৰ বিৰুদ্ধে এই সিদ্ধান্ত। একেদৰে বন্ধ হব ৰেপিড’ সেৱাও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − one =

Back to top button