অপৰাধঅসম

টিউচন কৰাৰ চলেৰে এই কাণ্ড কৰিলে শিক্ষকে! কলম ধৰা হাতত লাগিল হেণ্ডকাফ…

শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী শিক্ষকে

বিজনীত মানৱ সমাজক লজ্জানত কৰা ঘটনা। শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী শিক্ষকে।

টিউচন কৰাৰ চলেৰে সপ্তম শ্ৰেণীৰ কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষক সঞ্জীৱ ৰয়ৰ বিৰুদ্ধে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত বিজনী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিক্ষকগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.