অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সুৰাপান কৰি দুগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মা

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মাক আটক

দুগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ

৫৮গৰাকী ছাত্ৰীৰ অধ্যক্ষক অভিযোগ

আৰক্ষী অধীক্ষক, জিলা আয়ুক্তকো দিছিল অভিযোগ

সুৰাপান কৰি ছাত্ৰীৰ শৰীৰত হাত দিয়াৰ অভিযোগ

ঘটনাক লৈ তোলপাৰ লাগিছিল উত্তৰ লখিমপুৰত

লখিমপুৰ আৰক্ষীয়ে আটক কৰে প্ৰবক্তা হেমন্ত শৰ্মাক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.