AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাইলৈ বিয়লিলৈ পৰিব অপেক্ষাৰ অন্ত, ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন……

কাইলৈ বিয়লিলৈ পৰিব অপেক্ষাৰ অন্ত

ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন

শনিবাৰে বিয়লি ৩ বজাত নিৰ্বাচন আয়োগৰ সংবাদ মেল

সংবাদ মেলযোগে প্ৰকাশ কৰিব লোকসভা নিৰ্বাচনৰ সূচী

প্ৰকাশ পাব চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচীও

কাইলৈৰ পৰাই বলৱৎ হ’ব নিৰ্বাচনী বিধি

কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন

অসমত এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

বিহুৰ পূৰ্বেই অসমত অনুষ্ঠিত হ’ব পাৰে ভোটগ্ৰহণ

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.