অসমআঞ্চলিকদৈনিক বাতৰি

চাইবাৰ অপৰাধৰ ঘাটিত পৰিণত মৰিগাঁও, পুনৰ আৰক্ষীৰ জালত ৪ চাইবাৰ অপৰাধী

চাইবাৰ অপৰাধৰ ঘাটিত পৰিণত মৰিগাঁও, পুনৰ আৰক্ষীৰ জালত ৪ চাইবাৰ অপৰাধী

চাইবাৰ অপৰাধৰ ঘাটিত পৰিণত মৰিগাঁও

পুনৰ আৰক্ষীৰ জালত ৪ চাইবাৰ অপৰাধী

এটা প’ৰ্টেলৰ পৰা চলিছিল চাইবাৰ অপৰাধ

প’ৰ্টেলৰ সঞ্চালকৰ নেতৃত্বত অপৰাধ চলাৰ অভিযোগ

আৰক্ষীৰ জালত সঞ্চালক জাবেদ খানসহ আটক ৩

আটক ইজাজুৰ হক কাদাৰ, শ্বাহনুৰ আলম

আহশাহানুৰ ইছলামকো আটক আৰক্ষীৰ

জাবেদ খানৰ স্বীকাৰোক্তিৰ ভিত্তিত জব্দ বহু চিম কাৰ্ড

গুৱাহাটীৰ এটা ভাৰাঘৰৰ পৰা জব্দ ২৮১খন চিম কাৰ্ড

দীৰ্ঘদিনৰে পৰা এই চক্ৰটোৱে ভুৱা নথিৰে চিমকাৰ্ড প্ৰস্তুত কৰি বিভিন্ন প্ৰান্তত সংঘটিত কৰি আহিছিল চাইবাৰ অপৰাধ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.