শনিবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক
কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
চলিত বৰ্ষত ২০০০ কোটি খৰচ কৰা হ’ব
প্ৰতিখন পঞ্চায়তে লাভ কৰিব ১ কোটিকৈ টকা
১২৫ দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত কাম দিয়া হ’ব
১৮ বছৰৰ আগতেই প্ৰস্তুত কৰিব লাগিব আধাৰ
১৮ বছৰ হোৱাৰ পিছত বনাব নোৱাৰিব আধাৰ
জিলা আয়ুক্তৰ অনুমতি ল’ব লাগিব আধাৰ বনোৱাত
বিমান বন্দৰৰ কাষত নিৰ্মাণ হ’ব চেটেলাইট চিটি
গঠন কৰা হয় চেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটী
IAS বিষয়াৰ ডেপুটেশ্যনত লাগিব কেবিনেটৰ অনুমোদন
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অধিৱেশনৰ পিছতে আৰম্ভ হ’ব জনকল্যাণমূলক আঁচনি








