অসমগুৱাহাটীদৈনিক বাতৰিপ্ৰদূষণপ্ৰযুক্তিভাৰতৰাজনৈতিক

তিনিচুকীয়াৰ বাঘজান কাণ্ডৰ কাণ্ডাৰী জন এনাৰ্জী নামৰ তৈল খনন কোম্পানীক পুনৰ ৰঙা দলিচা অইল ইণ্ডিয়া লিমিটেডৰ

তিনিচুকীয়াৰ বাঘজান কাণ্ডৰ কাণ্ডাৰী জন এনাৰ্জী নামৰ তৈল খনন কোম্পানীক পুনৰ ৰঙা দলিচা অইল ইণ্ডিয়া লিমিটেডৰ।

সমগ্ৰ বিশ্ব কপাই বাঘজান কাণ্ডৰ মূল অভিযুক্ত বুলি আঙুলি উঠা জন এনাৰ্জী নামৰ তৈন খনন কোম্পানীটোক “ব্লেক লিষ্টেড” কৰাৰ পিছতো মাকুম টেঙাপানী গাৱঁত তেল অন্বেষণৰ বাবে অহা কোম্পানীটোৰ বিষয়ে খবৰ সদৰী হৈ পৰাত জাঙুৰ খাই উঠিছে বিভিন্ন মাকুমৰ আঞ্চলিক আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি সদৌ মৰাণ ছাত্ৰ সন্থা।

বৃহস্পতিবাৰে সংগঠনকেইটাৰ সজাতি দল ঘটনাস্থলীত উপস্থিত হৈ কোম্পানীটোৰ আচৱাব কঢ়িয়াই অনা বাহনসমুহ উভতাই পঠিওৱা লগতে কোনোপধ্যে কোম্পানীটোক তিনিচুকীয়া জিলাত তৈল খনন কাৰ্য চলাব দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 5 =

Back to top button