অসমগুৱাহাটীদৈনিক বাতৰি

নুমলীগড় শোধনাগাৰত শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

নুমলীগড় শোধনাগাৰত শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

নুমলীগড় শোধনাগাৰত শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ। শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ শ শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদ। বিগত দুটা মাহে শোধনাগাৰৰ কামত নিয়োজিত শ্ৰমিকক মজুৰি প্ৰদান নকৰাৰ অভিযোগ NRL আৰু দায়িত্বশীল ঠিকাদাৰী কোম্পানীৰ বিৰুদ্ধে।

ফকৰুদ্দিন আলী আহমেদ নামৰ প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক শ্বাহনুৰ আহমেদৰ বিৰুদ্ধে প্ৰতিবাদ। বিহাৰ, ওড়িশাকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ পৰা শ্ৰমিক আমদানিৰে মজুৰিৰ পৰা বঞ্চিত কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ। প্ৰাপ্য মজুৰিৰ অভাৱত জীৱন নিৰ্বাহত দিকবিদিক হেৰুৱাই উপায়হীন শ্ৰমিকে সাব্যস্ত কৰে এই প্ৰতিবাদ। শীঘ্ৰেই প্ৰাপ্য মজুৰি মুকলি কৰি দিয়াৰ দাবীত NRL কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী শ্ৰমিকসকলৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.