অসমদৈনিক বাতৰি

মহানগৰীত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা

ৰহস্য জনক ভাৱে ঘৰৰ পৰাই নিৰুদ্দেশ নাৰগীছ বাণু নামৰ মহিলা গৰাকী

মহানগৰীত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। ৰহস্য জনক ভাৱে ঘৰৰ পৰাই নিৰুদ্দেশ নাৰগীছ বাণু নামৰ মহিলা গৰাকী। নিৰুদ্দেশ হোৱা মহিলা গৰাকীৰ ঘৰ মহানগৰীৰ ইছলামপুৰত। ৭ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী।

৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল নাৰগীছ বাণু। নাৰগীছ বাণু ঘৰৰ পৰা উলাই যোৱাৰ সমগ্ৰ দৃশ্য বন্দী চিচি কেমেৰাত। ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত স্বামী পৰিয়ালে দাখিল কৰিছে এজাহাৰ। বৰ্তমানলৈকে লাভ কৰা নাই নাৰগীছ বাণুৰ কোনো শুংসূত্র।

নাৰগীছ বাণুৰ সম্ভেদ লাভ কৰিলে 70024-44843 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.