অসমগুৱাহাটীদৈনিক বাতৰি

গুৱাহাটীত অনুষ্ঠিত হোৱা এখন বিয়াক লৈ ওড়িশাত চলিছে ব্যাপক চৰ্চা

গুৱাহাটীত অনুষ্ঠিত হোৱা এখন বিয়াক লৈ ওড়িশাত চলিছে ব্যাপক চৰ্চা

গুৱাহাটীৰ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা এখন বিয়াক লৈ ওড়িশাত চলিছে ব্যাপক চৰ্চা। কাৰণ দৰা কইনা দুয়ো ওড়িশাত কৰ্মৰত IAS বিষয়া। ইয়াৰে কইনা অসমৰ জীয়ৰী অনন্যা দাস। দৰা কইনা দুয়োৰে এইখন দ্বিতীয় বিবাহ। দুয়োৰে পূৰ্বৰ IAS স্বামী স্ত্ৰীৰ সৈতে ইতিমধ্যে বিচ্ছেদ ঘটিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.