অসমআঞ্চলিকদৈনিক বাতৰি

ক্ৰমাৎ বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত, নুমলীগড়ৰ ৰংবং অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

ক্ৰমাৎ বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত, নুমলীগড়ৰ ৰংবং অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

ক্ৰমাৎ বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে চলাই গৈছে উপদ্ৰৱ। নুমলীগড়ৰ ৰংবং অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। উপায়ুন্তৰ হৈ গাঁওবাসীয়ে দিনে-নিশাই পহৰা দিবলগীয়া হৈছে নিজৰ ঘৰ, খেতিপথাৰ। বন্যহস্তীক খেদি পঠিয়াবলৈ চেষ্টা কৰিলেও উভতি খেদি আহে বন্যহস্তীৰ জাকে। উপায়ন্তৰ গাঁওবাসীয়ে বন্যহস্তী খেদিবলৈ লৈ আহিল জেচিবি। জেচিবিৰ সহায়ত হাতীৰ জাকক আঁতৰাই পঠিয়াবলৈ ৰাইজে অব্যাহত ৰাখিছে নিজৰ প্ৰচেষ্টা। বন্যহস্তীৰ এই উপদ্ৰৱৰ সন্দৰ্ভত কাণসাৰ নাই বন বিভাগৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.