বলিউডমনোৰঞ্জন

কৰণ জহৰৰ ছবিত অভিনেত্ৰী ক্ৰিতি ছেননক অভিনয় কৰিবলৈ নিদিয়ে মাতৃয়ে। কিন্তু কিয়!

যৌন সমন্ধীয় ছবিৰ কাৰণেই অভিনেত্ৰী ক্ৰীতিক বাধা মাতৃৰ

২০১৮ চনত মুক্তি পোৱা ‘Lust Stories’ৰ এটা কাহিনী আছিল কৰণ জহৰৰ। চাৰিজন পৰিচালকৰ চাৰিটা কাহিনীৰে নিৰ্মাণ কৰিছিল এই চুটি ছবি খন। বিশেষকৈ এই ছবিখন নিৰ্মাণ কৰা হৈছিল Fantasyৰ ওপৰত। ছবি খনৰ এটা কাহিনীত জনপ্ৰিয় অভিনেতা ভিকি কৌশল আৰু মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানী। কিন্তু জানিব পৰা মতে, কৰণ জহৰে কিয়াৰৰ ঠাইত অভিনেত্ৰী ক্ৰিতি ছেননক দিছিল এই কাহিনীৰ মুখ্য চৰিত্ৰ। কিন্তু ক্ৰিতিৰ চৰিত্ৰটি আৰু কাহিনীটো জানি ক্ৰিতি ছেননৰ মাতয়ে এই ছবিখন কৰাত বাধা দিলে। আৰু ক্ৰিতি ছেননেয়ো মাতৃৰ কথা মানি ছবিখন কৰিবলৈ অমান্তি হয়।

আচলতে ক্ৰিতি ছেননক Orgasmৰ এটা দৃশ্যৰ বাবেই মাতৃয়ে কৰণ জহৰৰ এই ছবিখন কৰিবলৈ বাধা দিছিল। ক্ৰিতি ছেননে জনোৱা মতে, তেঁওলোক এটি মধ্যবিত্ত পৰিয়ালৰ লোক আৰু এনেধৰণৰ ছবি কৰি পৰিয়ালৰ মনত দোষ দিয়াটো তেওঁ নিবিচাৰে। যৌন সমন্ধীয় ছবিৰ কাৰণেই মোহময়ী অভিনেত্ৰী ক্ৰীতি ছেননক কৰণ জহৰৰ ছবি কৰিব দিয়া নাছিল ক্ৰিতি ছেননৰ মাতৃয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + six =

Back to top button