অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আধাৰকাৰ্ড উন্নীতকৰণৰ সময়সীমা বৃদ্ধি, ১৪ ডিচেম্বৰলৈকে বৃদ্ধি উন্নীতকৰণৰ সময়সীমা….

আধাৰকাৰ্ড উন্নীতকৰণৰ সময়সীমা বৃদ্ধি

১৪ ডিচেম্বৰলৈকে বৃদ্ধি উন্নীতকৰণৰ সময়সীমা

পূৰ্বে ১৪ ছেপ্টেম্বৰলৈ ধাৰ্য কৰা হৈছিল উন্নীতকৰণৰ সময়

১৪ ডিচেম্বৰৰ ভিতৰত আপডেট কৰিব পাৰিব আধাৰৰ সৱিশেষ

১০ বছৰ পূৰণি আধাৰকাৰ্ডো কৰিব লাগিব উন্নীতকৰণ

UIDAI তৰফৰ পৰা সদৰী কৰিছে এই তথ্য

আপডেটৰ বাবে login কৰক myaadhaar.uidai.govt.inত

উন্নীত কৰিব লাগিব আপোনাৰ ঠিকনাৰ সৱিশেষ

ৱেবছাইটযোগে আপলোড কৰিব লাগিব পৰিচয় আৰু ঠিকনাপত্ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.