অসমগুৱাহাটীদৈনিক বাতৰি

নগাঁও আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ, হাতত পতাকা লৈ এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে কৰিছে প্ৰতিবাদ

নগাঁও আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

নগাঁও আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

হাতত পতাকা লৈ এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে কৰিছে প্ৰতিবাদ

প্ৰখৰ ৰ’দকো নেওচি ঘণ্টাজুৰি সাব্যস্ত প্ৰতিবাদ

বেনাৰত লিখা আছে মোক এনকাউণ্টাৰ কৰক

বিগত ৩৫ বছৰে চাকৰি কৰি পেঞ্চনৰ পৰা বঞ্চিত

নগাঁও গড়কাপ্টানী বিভাগৰ কৰ্মচাৰী আছিল দুলাল বৰা

পুৱাই হুৱাদুৱা নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত

দুলাল বৰাক আটক কৰি লৈ যায় থানালৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.