অপৰাধঅসম

অৱশেষত গ্ৰেপ্তাৰ হ’ল কোটিপতি অনু হাজৰিকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত…

বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অনু হাজৰিকাৰ মূল অভিযুক্ত হাছমত আলীক। হাছমত আলীৰ পৰা উদ্ধাৰ কৰা হৈছে ১ লাখ ৩৪ হাজাৰ টকা । লগতে উদ্ধাৰ কৰা হৈছে কেইবাটাও ম'বাইল ফোন ।

অৱশেষত গ্ৰেপ্তাৰ হ’ল কালাপাহাৰত নিজ বাসগৃহতে জীৱন হেৰুওৱা অনু হাজৰিকাৰ হত্যাকাণ্ডত জড়িত মূল অভিযুক্ত। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা হত্যাকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছিল অসম আৰক্ষীয়ে। ঘটনাৰ পিছদিনাই আৰক্ষীয়ে দুজন অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল যদিও অৱশেষত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

 

বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অনু হাজৰিকাৰ মূল অভিযুক্ত হাছমত আলীক। হাছমত আলীৰ পৰা উদ্ধাৰ কৰা হৈছে ১ লাখ ৩৪ হাজাৰ টকা । লগতে উদ্ধাৰ কৰা হৈছে কেইবাটাও ম’বাইল ফোন ।

 

ধনৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে হাছমতে। অৱশ্যে, এতিয়াও পলাতক অনু হাজৰিকাৰৰ হত্যাকাণ্ডৰ লগত জড়িত ২ জন অপৰাধী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.