Assamleatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

আজি লাচিত দিৱস। অসমৰ ইতিহাসৰ বীৰত্ব, সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক সোঁৱৰণ ৰাজ্যবাসীৰ।

আজি লাচিত দিৱস। অসমৰ ইতিহাসৰ বীৰত্ব, সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক সোঁৱৰণ ৰাজ্যবাসীৰ।

মহাবীৰ লাচিতৰ ৪০১সংখ্যক জন্ম জয়ন্তী আজি ৰাজ্যজুৰি পালিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত মহাবীৰ লাচিত দিৱসৰ কাৰ্যসূচী আয়োজন কৰাৰ লগতে ৰাজধানী দিল্লীতো গ্ৰহণ কৰা হৈছে লাচিত দিৱসৰ কাৰ্যসূচী। অসমীয়া জাতিক যুগ যুগ ধৰি উদ্বুদ্ধ কৰি অহা বীৰ সন্তানজনৰ সোঁৱৰণত কামৰূপ জিলা প্ৰশাসনে ফাঁচী বজাৰৰ লাচিতৰ প্ৰতিমূৰ্তিস্থলীত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।

ইফালে, টাই আহোম যুৱ পৰিষদ অসমে শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত মাধৱদেৱ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে, নতুন দিল্লীৰ লাজপাট নগৰৰ জি এল টি সৰস্বতী বিদ্যা মন্দিৰ প্ৰাংগণতো কাইলৈ লাচিত দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছে দিল্লীস্থিত অসমবাসীয়ে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.