অসমআঞ্চলিকদৈনিক বাতৰি

বঙাইগাঁৱৰ মাণিকপুৰত বিছাৰ উপদ্ৰৱ, দমকল, বিছনা, খেতিপথাৰ সকলোতে কেৱল বিছা….

বঙাইগাঁৱৰ মাণিকপুৰত বিছাৰ উপদ্ৰৱ

বঙাইগাঁৱৰ মাণিকপুৰত বিছাৰ উপদ্ৰৱ

বিছাৰ উপদ্ৰৱত টোপনি হৰিছে সৰ্বসাধাৰণ ৰাইজৰ

দমকল, বিছনা, খেতিপথাৰ সকলোতে কেৱল বিছা

মূৰে-কপালে হাত দিছে কৃষকসকলেও

বিছাৰ বাবে আঁঠুৱাৰ ভিতৰত সোমাবলগীয়া হৈছে মানুহ

থাকিবলৈ, বহিবলৈ ঠাই নোহোৱা হৈছে অঞ্চলটোত

জিলা কৃষি বিভাগে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.