অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিপ্ৰযুক্তিভাৰত

ভাৰতীয় বায়ুসেনাৰ দুজন শিক্ষানৱীচ পাইলটৰ মৃত্যু, তেলেংগানাত ট্ৰেইনাৰ এয়াৰ ক্ৰাফট দুৰ্ঘটনাগ্ৰস্ত….

ভাৰতীয় বায়ুসেনাৰ দুজন শিক্ষানৱীচ পাইলটৰ মৃত্যু

তেলেংগানাত ট্ৰেইনাৰ এয়াৰ ক্ৰাফট দুৰ্ঘটনাগ্ৰস্ত

তেলেংগানাৰ মেদক জিলাত দুৰ্ঘটনাগ্ৰস্ত বিমানখন

PILATUS PC-7 MK-2 এয়াৰ ক্ৰাফট দুৰ্ঘটনাগ্ৰস্ত

প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হয় এই বিমান

ভাৰতীয় বায়ুসেনাই নিশ্চিত কৰিছে ২ পাইলটৰ মৃত্যুৰ তথ্য

দুৰ্ঘটনাক লৈ তদন্তৰ নিৰ্দেশ বায়ুসেনাৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.