অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম আৰু মেঘালয়ৰ সীমা পৰিদৰ্শন কৰিবলৈ যোৱা কেইবাটাও ছাত্ৰ সংগঠনৰ নেতৃত্বক বাধা পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ

অসম আৰু মেঘালয়ৰ সীমা পৰিদৰ্শন কৰিবলৈ যোৱা কেইবাটাও ছাত্ৰ সংগঠনৰ নেতৃত্বক বাধা পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ।

দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণকে আদি কৰি কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আছিল।

প্ৰশাসনৰ এই কাৰ্যক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে, ছাত্ৰ সংগঠনকেইটাৰ সঁজাতি দলটোৱে উমঘিৰমি অঞ্চলত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.