অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

চতুৰ্থ  দিনাও শিলসাঁকোত অব্যাহত GMDA’ৰ উচ্ছেদ অভিযান

চতুৰ্থ  দিনাও শিলসাঁকোত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান।

মাধৱ দেৱৰ তিথিৰ দিনা খনেও GMDAয়ে উচ্ছেদৰ পৰা সৰ্বসাধাৰণ ৰাইজক ৰেহাই দিয়া নাই।

আজি পুৱাৰে পৰা শিল সাঁকোৰ পাঠৰকুৱাৰিৰ মেগজিনৰ শংকৰ নগৰত প্ৰশাসনে পূৰ্বৰ তুলনাত কিছু সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়ন কৰি চলাই গৈছে উচ্ছেদ।

কোনো আগ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ তুলি তীব্ৰ ক্ষোভ প্ৰকাশ উচ্ছেদিতৰ।

ভাঙি পেলোৱা হৈছে কেইবাটাও RCC বিলন্ডিং, অসম আৰ্হিৰ ঘৰ।

প্ৰশাসনৰ হাতোৰাত সাৰি নগ’ল অসম আৰক্ষীৰ শীৰ্ষ বিষয়া তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ঘৰো।

উচ্ছেদস্থলীত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত হৈ বুজ ল’লে উচ্ছেদিত লোকৰ।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আৰু ৰাবন আখ্যা মীৰা বৰঠাকুৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.