Assamassam policeleatest updatescam

ফাদিল হৈছে জাতীয় অনুষ্ঠানৰ বিত্তীয় কেলেংকাৰিৰ তথ্য

২০১৫-২৩ বৰ্ষৰ ভিতৰত অসম সাহিত্য সভাত বৃহৎ বিত্তীয় কেলেংকাৰি

অসম সাহিত্য সভাত বিয়াগোম বিত্তীয় কেলেংকাৰি

২০১৫-২৩ বৰ্ষৰ ভিতৰত বৃহৎ বিত্তীয় কেলেংকাৰি

ফাদিল হৈছে জাতীয় অনুষ্ঠানৰ বিত্তীয় কেলেংকাৰিৰ তথ্য

তদন্তৰ প্ৰতিবেদনত পোহৰলৈ বিস্ফোৰক তথ্য

ভ্ৰমণৰ নামত প্ৰধান সম্পাদক, ধন ভৰালীৰ ধন আত্মসাৎ

ভ্ৰমণৰ নামত যাদৱ শৰ্মাই খৰচ কৰিছে ৯ লাখতকৈ অধিক টকা

৯ লাখ টকাৰ ভ্ৰমণ কৰি কোনো প্ৰতিবেদন দাখিল কৰা নাই শৰ্মাই

কোনো ধৰণৰ কাৰ্যসূচীও ৰূপায়ণ কৰা নাছিল যাদৱ শৰ্মাই

তদানীন্তন ধনভৰালী প্ৰেমা নাৰায়ণ নাথৰ বিৰুদ্ধেও অভিযোগ

ধন ভৰালীয়ে আত্মসাৎ কৰিছে ডেৰ লাখতকৈ অধিক ধন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.