অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নলবাৰীত লাম্পি ৰোগত আক্ৰান্ত ৫ হাজাৰৰো অধিক পশুধন

কলিয়াবৰৰ পিছত নলবাৰীত লাম্পিৰ প্ৰাদুৰ্ভাৱ

লাম্পি ৰোগত আক্ৰান্ত ৫ হাজাৰৰো অধিক পশুধন

জিলাখনৰ ভিন্ন স্থানত বৃদ্ধি লাম্পিৰ ভয়াৱহতা

লাম্পি প্ৰতিৰোধৰ বাবে তৎপৰ পশু চিকিৎসা বিভাগ

জিলাখনত প্ৰতিষেধক চিটা প্ৰদানৰ কাম আৰম্ভ

বৰ্তমানে ৩৫ হাজাৰ পশুধনক চিটা প্ৰদান

সকলোকে সজাগ হোৱাৰ আহ্বান জিলা প্ৰশাসনৰ

সুস্থ পশুধনৰ পৰা আঁতৰাই ৰখাৰ আহ্বান প্ৰশাসনৰ

২৫ খন পশু চিকিৎসালয় আৰু  ৩১ খন পশু চিকিৎসা উপকেন্দ্ৰৰ জড়িয়তে নলবাৰীত প্ৰদান কৰি থকা হৈছে লাম্পিৰ প্ৰতিষেধক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.