Assamঅসমদৈনিক বাতৰি

চৰকাৰী ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ পঞ্চায়ত সচিব, আৰক্ষীৰ জালত পঞ্চায়ত সচিব অমিতাভ নাথ

চৰকাৰী ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ পঞ্চায়ত সচিব, আৰক্ষীৰ জালত পঞ্চায়ত সচিব অমিতাভ নাথ

চৰকাৰী ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ পঞ্চায়ত সচিব

আৰক্ষীৰ জালত পঞ্চায়ত সচিব অমিতাভ নাথ

কাছাৰৰ ভাগাবজাৰ পঞ্চায়তৰ সচিব অমিতাভ নাথ

তাৰাপুৰ পঞ্চায়তৰ সচিব হৈ থকাৰ সময়ত দুৰ্নীতি

মুখ্য কাৰ্যবাহী ৰঞ্জিত কুমাৰ লস্কৰৰ গোচৰত গ্ৰেপ্তাৰ

প্ৰায় ১১ লাখ টকা আত্মসাতৰ অভিযোগ নাথৰ বিৰুদ্ধে

কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণজিৎ কুমাৰ লস্কৰক পঞ্চায়ত সচিব অমিতাভ নাথৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছিল ৷ তদন্ত কৰি অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পাছত কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণজিৎ কুমাৰ লস্কৰে পঞ্চায়ত সচিবজনৰ বিৰুদ্ধে আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷ আৰু এই গোচৰৰ ভিত্তিত শনিবাৰে কাছাৰ আৰক্ষীয়ে পঞ্চায়ত সচিব অমিতাভ নাথক গ্ৰেপ্তাৰ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.