অসমআঞ্চলিকদৈনিক বাতৰি

যোগীঘোপাত শিক্ষকৰ কু-কাণ্ডক লৈ উত্তপ্ত বিদ্যালয়, ছাত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ শিক্ষক বাবৰ আলীৰ বিৰুদ্ধে

যোগীঘোপাত শিক্ষকৰ কু-কাণ্ডক লৈ উত্তপ্ত বিদ্যালয়

যোগীঘোপাত শিক্ষকৰ কু-কাণ্ডক লৈ উত্তপ্ত বিদ্যালয়

ছাত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ শিক্ষক বাবৰ আলীৰ বিৰুদ্ধে

শিক্ষকৰ শাস্তিৰ দাবীত শতাধিক ৰাইজৰ প্ৰতিবাদ

লম্পট শিক্ষকক লপাথপা উত্তেজিত ৰাইজৰ

যোগীঘোপাৰ টিলাপাৰা খেৰপুজী  ছিনিয়ৰ বেছিক স্কুলৰ শিক্ষক বাবৰ আলীয়ে বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক আপত্তিজনকভাৱে স্পশ্ৰ কৰাক লৈ  উত্তপ্ত বিদ্যালয়ৰ পৰিৱেশ। লম্পট শিক্ষকগৰাকীক লপাথপা দি যোগীঘোপা আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.