অসমদৈনিক বাতৰিভাৰত

জয়পুৰ-মুম্বাই এক্সপ্ৰেছত গুলীচালনাৰ ঘটনা।

কৰ্তব্যৰত অৱস্থাত RPFৰ ASIক গুলীয়াই হত্যা

জয়পুৰ-মুম্বাই এক্সপ্ৰেছত গুলীচালনাৰ ঘটনা

RPF জোৱানে সহকৰ্মীক গুলীয়াই কৰে হত্যা

কৰ্তব্যৰত অৱস্থাত RPFৰ ASIক গুলীয়াই হত্যা

গুজৰাটৰ পৰা মহাৰাষ্ট্ৰ অভিমুখী আছিল ৰে’লখন

পালঘৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত এই ঘটনা

অভিযুক্ত RPF জোৱানজনে আন ৩ যাত্ৰীকো গুলীয়ায়

ঘটনাস্থলীতে নিহত ৪জনকৈ লোক

অভিযুক্ত জোৱানজনক ততাতৈয়াকৈ আটক কৰে কৰ্তব্যৰত জোৱানে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + ten =

Check Also
Close
Back to top button