Socialআন্তঃৰাষ্ট্ৰীয়

ম’বাইল ফোন গিলি চৰ্চালৈ আহিল এজন ৩৩ বছৰীয়া ব্যক্তি

অপাৰেশ্যনৰ অন্তত ব্যক্তিজনৰ চিকিৎসকে শ্বেয়াৰ কৰে ম'বাইল ফোন আৰু X-Rayৰ ফটো।

ম’বাইল ফোন গিলি চৰ্চালৈ আহিছে এজন লোকে। আপোনালোকে শুনি হয়তো আচৰিত হৈছে। কিন্তু এই আচৰিত যেন লগা ঘটনাটো সংঘটিত হৈছে কছভ’ত।

কছভ’ৰ এজন ৩৩ বছৰীয়া ব্যক্তিয়ে Nokia 3310 ম’বাইল ফোন গিলি চৰ্চালৈ আহিছে। পৰৱৰ্তী সময়ত এক চাৰ্জাৰীৰ জৰিয়তে ব্যক্তিজনৰ পাকস্থলীৰ পৰা উলিওৱা হয় ম’বাইল ফোনটো। অপাৰেশ্যনৰ অন্তত ব্যক্তিজনৰ চিকিৎসকে শ্বেয়াৰ কৰে ম’বাইল ফোন আৰু X-Rayৰ ফটো।

উল্লেখযোগ্য যে, ২০১৬ চনতো এজন ২৯ বছৰীয়া ব্যক্তিয়ে এটা ম’বাইল ফোন গিলি চৰ্চালৈ আহিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.