অসমদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

বোকাজানত প্ৰচণ্ড ধুমুহা আৰু প্ৰৱল বৃষ্টিপাত

গছ বাগৰি এজন ব্যক্তিৰ কৰুণ মৃত্যু... ধুমুহাৰ মাজতে এৰাল দিয়া গৰু আনিবলৈ গৈছিল লোকজন...

বোকাজানত প্ৰচণ্ড ধুমুহা আৰু প্ৰৱল বৃষ্টিপাত

গছ বাগৰি এজন ব্যক্তিৰ কৰুণ মৃত্যু

নিহত লোকজন বালিজান অঞ্চলৰ নীতাই দাস

ধুমুহাৰ মাজতে এৰাল দিয়া গৰু আনিবলৈ গৈছিল লোকজন

ধুমুহাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি

বহু লোকৰে ঘৰ-দুৱাৰ তচনচ কৰিলে বিধ্বংসী ধুমুহাই

৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত গছ বাগৰি যান-জঁট

সৰিয়হজান, অমৰাজান আদি অঞ্চলত বিস্তৰ ক্ষতি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.