অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি…

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুজাবুজি চুক্তি... অসম চৰকাৰৰ আৰু ব্যক্তিগত খণ্ডৰ মাজত MoU....

১০ মে’ত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি

কাইলৈ ডঃ শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি

দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে গ্ৰহণ বিভিন্ন কাৰ্যসূচী

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুজাবুজি চুক্তি

অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ আৰু ব্যক্তিগত খণ্ডৰ মাজত MoU

অসমৰ বিভিন্ন স্থানত মেগা ইণ্ডাষ্ট্ৰিয়েল প্ৰকল্প

৮ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে হ’ব প্ৰকল্প

ইলেকট্ৰনিক গাড়ী নিৰ্মান উদ্যোগ,তিনিটা চিমেণ্ট উদ্যোগ,আইফোন নিৰ্মান প্লাণ্ট , Pepsi , Lays আৰু চিপছ কাৰখানাৰ উদ্যোগ কাৰীৰে  বুজাবুজি স্বাক্ষৰ কৰিব অসম চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.