Social

ৰোহিত শৰ্মাক উপহাৰ দিয়া কোন এই ৰাহুল পাৰিক?

ইয়াৰ পূৰ্বেও বিৰাট কোহলী–অক্ষয় কুমাৰকো দিছিল উপহাৰ

ৰোহিত শৰ্মাক উপহাৰ দিয়া কোন এই ৰাহুল পাৰিক? ইয়াৰ পূৰ্বেও বিৰাট কোহলী–অক্ষয় কুমাৰকো দিছিল উপহাৰ
পূৰ্বেও বহু তাৰকাক নিজ হাতেৰে বনোৱা প্ৰতিচ্ছবি উপহাৰ হিচাপি দিছে ৰাহুল পাৰিকে।

No photo description available.

ৰোহিত শৰ্মালৈ বিশেষ উপহাৰ আগবঢ়ালে গুৱাহাটীৰ এজন যুৱকে। হোটেল ৰেডিছন ব্লুত নিজ হাতেৰে প্ৰতিচ্ছবিখন উপহাৰ দিলে ৰাহুল পাৰিকে।

No photo description available.

পূৰ্বেও বহু তাৰকাক নিজ হাতেৰে বনোৱা প্ৰতিচ্ছবি উপহাৰ হিচাপি দিছে ৰাহুল পাৰিকে।
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীকো প্ৰদান কৰিছিল তেওঁৰ প্ৰতিচ্ছবি।

May be an image of 6 people and people standing

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.