EntertainmentInternationalleatest updateSportsWorld Cup 2023

ভাৰতে বিশ্বকাপ জিকিলে নগ্ন হ’ব এইগৰাকী অভিনেত্ৰী!

কোনে মাৰিব শেষ হাঁহি? কাৰ হাতলৈ যাব ২০২৩ বিশ্বকাপ ট্ৰফী?

আৰম্ভ Countdown! কাইলৈ বিশ্বকাপ ফাইনেল। ভাৰত-অষ্ট্ৰেলিয়াৰ এই বিশ্বকাপ ফাইনেলক লৈ চৌদিশে উত্তেজনা। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতো উখল-মাখল পৰিৱেশ। ক্ৰমাগতভাৱে ১০খন মেচ জিকি ফাইনেলত উপনিত ভাৰত। ফাইনেলক লৈ জোৰদাৰ প্ৰস্তুতি ভাৰতৰ। কোনে মাৰিব শেষ হাঁহি? কাৰ হাতলৈ যাব ২০২৩ বিশ্বকাপ ট্ৰফী?

2003 vs 2023 World Cup final: Fans spot uncanny similarities as India take  on Australia | Mint

চাৰিওদিশে চলি থকা এই কৌতুহলৰ মাজতে টীম ইণ্ডিয়াক লৈ বিতৰ্কিত মন্তব্য কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী অভিনেত্ৰী।

భారత్‌​ గెలుస్తే అంటూ..'బోల్డ్‌ ఆఫర్‌' ఇచ్చిన వైజాగ్‌ అమ్మాయి రేఖా భోజ్‌  (ఫోటోలు) | telugu actress rekha boj bold statement over india won world cup  - Sakshi

নিজৰ টুইটাৰ হেণ্ডেলাৰত টীম ইণ্ডিয়াই বিশ্বকাপ জিকিলেই বিশাখাপট্টনমৰ সমুদ্ৰ তীৰত নগ্ন হোৱাৰ কথা উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

Image

‘If India wins the World Cup,
I will streak on Visakhapatnam beach.
India World Cup కొడితే, వైజాగ్ బీచ్ లో streaking చేస్తా’…

ভাৰতে বিশ্বকাপ জিকিলে নগ্ন হ'ব এইগৰাকী অভিনেত্ৰী!

অভিনেত্ৰীগৰাকীৰ মন্তব্যক কেন্দ্ৰ কৰি এতিয়া চৌদিশে লাগিছে তোলপাৰ। এই মন্তব্যৰ পিছতে ট্ৰ’লৰ সন্মুখীন হৈছে তেলেগু অভিনেত্ৰী ৰেখা বোজ।

Image

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Check Also
Close
Back to top button