অসমআঞ্চলিকৰাজনৈতিক

টঙালি বান্ধিছে ৰাইজৰ দলে, উপ-নিৰ্বাচনৰ বাবে কোনকেইটা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব ৰাইজৰ দলে?

কেইমাহ পূৰ্বে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰা থাওৰা আৰু মৰিয়নি সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব আগবঢ়াব ৰাইজৰ দলে।

উপ-নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাইজৰ দলে। দুটাকৈ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব ৰাইজৰ দলে।

৩০ অক্টোবৰত অনুস্থিত হ’ব অসম বিধানসভাৰ উপ-নিৰ্বাচন। আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলে চলাইছে জোৰদাৰ প্ৰস্তুতি। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলো সাজু হৈছে নিৰ্বাচনলৈ।

কোনকেইটা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব ৰাইজৰ দলে? কেইমাহ পূৰ্বে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰা থাওৰা আৰু মৰিয়নি সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব আগবঢ়াব ৰাইজৰ দলে। থাওৰা সমষ্টিত বিজেপিৰ সুশান্ত বৰগোঁহাইৰ বিপৰীতে প্ৰাৰ্থীত্ব আগবঢ়াব ধৈৰ্য্য কোঁৱৰে।

আনহাতে, মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ হৈ কোনে প্ৰতিদ্বন্দিতা আগবঢ়াব, সেয়া এতিয়া পৰ্যন্ত স্পষ্ট হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.