অসমখেলদৈনিক বাতৰিবিশ্বভাৰত

কাইলৈ ভাৰত নিউজিলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল…

কাইলৈ ভাৰত নিউজিলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

কাইলৈ ভাৰত নিউজিলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। ২০১৯ চনৰ বিশ্বকাপৰ প্ৰতিশোধ ল’বলৈ সাজু ৰোহিত বাহিনী। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কাইলৈ বিশ্বকাপৰ টেবুল টপাৰ ভাৰতৰ বিৰুদ্ধে খেলিব চতুৰ্থ স্থানৰ দল নিউজিলেণ্ডে। শুকুৰবাৰে দ্বিতীয়খন ছেমিফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা। হাইভল্টেজ মেচখনক উৎসুকতা ক্ৰীড়াপ্ৰেমীৰ মাজত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.