Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মহানগৰীৰ হেঙেৰাবাৰীত ক্ৰাইম ব্ৰাঞ্চৰ বৃহৎ অভিযান, ক’কেইনসহ নিষিদ্ধ ড্ৰাগ্ছ জব্দ অভিযানত, গ্ৰেপ্তাৰ দুজন যুৱক

মহানগৰীৰ হেঙেৰাবাৰীত ক্ৰাইম ব্ৰাঞ্চৰ বৃহৎ অভিযান

শেৱালি পথৰ গণপতি এনক্লেভত অভিযান আৰক্ষীৰ

ক’কেইনসহ নিষিদ্ধ ড্ৰাগ্ছ জব্দ অভিযানত

এখন বিলাসী গাড়ীও জব্দ কৰিলে অভিযানকাৰীয়ে

৩টা ম’বাইল হেণ্ডছেট, ডিজিটেল ৱেয়িং মেচিন জব্দ

নগদ ধন ৩ হাজাৰ টকাও জব্দ কৰিলে অভিযানকাৰীয়ে

বহু আপত্তিজনক সামগ্ৰীও জব্দ অভিযানত

ড্ৰাগ্ছসহ গ্ৰেপ্তাৰ দুজন যুৱক

আন তিনিজন যুৱক আৰু দুগৰাকী যুৱতীক আটক

গোপন সূত্ৰৰ পম খেদি ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

দিগবিজয় নবীশ ওৰফে ডিকি নামৰ যুৱকজনক গ্ৰেপ্তাৰ

কুণ্ডন ঠাকুৰ নামৰ কাৰ্বি আংলঙৰ যুৱক এজনকো গ্ৰেপ্তাৰ

দুয়োৰে পৰা জব্দ ৩৩ গ্ৰাম ক’কেইন

জব্দ হ’ল ১১.৬৪ গ্ৰাম ম’লি বা MDMA

জব্দকৃত ড্ৰাগ্ছখিনিৰ মূল্য প্ৰায় কোটি টকা

 

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.