অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমিজোৰামৰাজনৈতিক

মিজোৰামৰ ষষ্ঠজন মুখ্যমন্ত্ৰী লালডুহোমা, জানো আহক তেওঁৰ বিষয়ে কিছু কথা….

মিজোৰামৰ ষষ্ঠজন মুখ্যমন্ত্ৰী লালডুহোমা

১৯৪৯ৰ ২২ ফেব্ৰুৱাৰীত মিজোৰামৰ টুৱালপুই গাঁৱত জন্ম

এজন কৃষকৰ সন্তান আছিল লালডুহোমা

১৯৭২ চনত মুখ্যমন্ত্ৰী চি চুংগাৰৰ প্ৰধান সহায়কৰূপে কৰ্মজীৱন আৰম্ভ

চাকৰিৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পাঠ্যক্ৰম সমাপ্ত

১৯৭৭ চনত IPS বিষয়াৰূপে গোৱাত চাকৰি আৰম্ভ

ত্ৰাসৰ কাৰণ হৈ পৰিছিল ড্ৰাগছ স্মাগলাৰ হিপ্পিৰ বাবে

১৯৮২ চনত তদানীন্তন প্ৰধানমন্ত্ৰীৰ সুৰক্ষা তদাৰকী বিষয়া হিচাপে যোগদান

১৯৮৪ চনত IPSৰ পৰা পদত্যাগ, কংগ্ৰেছত যোগদান

MNF নেতা লালডেংগাৰে শান্তি আলোচনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

১৯৮৪ চনত কংগ্ৰেছৰ টিকটত লোকসভালৈ নিৰ্বাচিত

১৯৮৬ চনত কংগ্ৰেছৰ পৰা পদত্যাগ, ফলত ১৯৮৮ চনত হেৰুৱাই সাংসদ পদ

দলবদল বিৰোধী আইনৰ অধীনত সাংসদ পদ হেৰুওৱা দেশৰ প্ৰথম সাংসদ

পুনৰ ২০২০ চনত বিধায়কৰ পদ হেৰুৱাই অনুৰূপ আইনৰ অধীনত

২০১৮ চনত জোৰাম পিপুল্চ মুভমেণ্টৰ নেতৃত্ব গ্ৰহণ লালডুহোমাৰ

২০২৩ চনত ZPM দলৰ পৰা মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button