অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকস্বাস্থ্য

চুৰ গলে বুদ্ধি, বৰষুণ গ’লে জাপি, নগৰবেৰাৰ বদলাত ভূৱা চিকিৎসকৰ ভূল চিকিৎসাত এজন লোকৰ মৃত্যু

কামৰূপ জিলা ঔষধ পৰিদৰ্শক, নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু আৰক্ষীয়ে যুটীয়া ভাৱে চলায় এই অভিযান।

চুৰ গলে বুদ্ধি, বৰষুণ গ’লে জাপি।

নগৰবেৰাৰ বদলাত ভূৱা চিকিৎসকৰ ভূল চিকিৎসাত এজন লোকৰ মৃত্যু হোৱাৰ ২ মাহ পাছতহে গা-লৰিল কামৰূপ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ। অৱশেষত বৃহস্পতিবাৰে নগৰবেৰা বজাৰত ফাৰ্মাচীয়ে ফাৰ্মাচীয়ে চলিল অভিযান।

কামৰূপ জিলা ঔষধ পৰিদৰ্শক, নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু আৰক্ষীয়ে যুটীয়া ভাৱে চলায় এই অভিযান।

অভিযানত নগৰবেৰা বজাৰত থকা ফাৰ্মাচী সমুহৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে ফাৰ্মাচীৰ বিভিন্ন ঔষধো পৰীক্ষা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.