আঞ্চলিকবলিউড

কাক ‘I said YES’ক’লে মালাইকা অৰোৰাই?

মালাইকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, I said YES (মই হা বুলি ক'লো)

মালাইকা অৰোৰাৰ ইনষ্টাগ্ৰামৰ এটা পোষ্ট। যিটো পোষ্ট এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মালাইকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, I said YES (মই হা বুলি ক’লো)। এই কেপচনৰ লগত তেওঁ তিনিটা লাভ ইমজীও দিছে। একাংশ অনুৰাগীয়ে মালাইকাৰ এই পোষ্টটোকলৈ অভিনন্দনো জনাইছে।

 

উল্লেখ্য যে বৰ্তমান বলীউডৰ এটা চৰ্চিত যুঁটি হৈছে মালাইকা আৰু অৰ্জুন। জানিব পৰামতে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ লগত বহুদিনৰ পৰা সম্পৰ্ক আছে। দুয়োজনে প্ৰায়ে একেলগে সময় কটোৱা দেখা যায়। অৰ্জুনৰ জন্মদিনত ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰি মালাইকাই ২০১৯ চনত আনুষ্ঠানিকভাৱে এই প্ৰেমৰ সম্পৰ্কৰ কথাও ঘোষণা কৰিছিল। প্ৰায়ে দুয়োজনে তেওঁলোকৰ ৰোমাণ্টিক ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে। এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ বিবাহৰ বাবে। কাৰণ মালাইকা অৰোৰাৰ ইনষ্টাগ্ৰাম পোষ্টে এই কথাৰে ইংগিত দিছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.