খেল

ক্ৰিকেটপ্ৰেমীৰ বাবে দুঃখবৰ! এদিনীয়া শৃংখলাৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ

জ্যেষ্ঠ বাছনি কমিটিয়ে বাছনি নকৰিলে বুমৰাহক।

১০ তাৰিখে বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগীয়া ভাৰত শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলৰ বাবে সাজু সকলো। অসমবাসীৰ মাজত এতিয়া ব্যাপক উচ্ছাস। উল্লেখ্যে যে আঘাতৰ বাবে বহু সময় বিৰতিত থকা পেচ ব’লাৰ যশপ্ৰীত বুমৰাহো ভাৰত শ্ৰীলংকা এদিনীয়া শৃংখলাৰ কাৰণে সাজু হৈছিল। আৰু অসমতো উপস্থিত হৈছিলহি ক্ৰিকেটাৰ গৰাকী। কিন্ত এতিয়া এটা বেয়া খবৰ আহি পৰিছে। জ্যেষ্ঠ বাছনি কমিটিয়ে বাছনি নকৰিলে বুমৰাহক। জানিব পৰা মতে এতিয়াও সম্পূৰ্ণৰূপে খেলিব পৰা হোৱা নাই বুমৰাহ। বুমৰাহক প্ৰয়োজন আৰু অলপ সময়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.