অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কেজৰিৱালৰ সাধাৰণ জ্ঞানেই নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

'এইটো কি মাল আহিল ম‍ই চাব লাগিব, মাল শব্দটো অসংদীয় নহয়'

কেজৰিৱালৰ সাধাৰণ জ্ঞানেই নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তেওঁ কৰ্ণাটক, গুজৰাট, অসমত একেই ভাষণ দিয়ে বুলিও প্রকাশঃ

অসমৰ মানুহক বুৰ্বক বুলি ভাবিয়েই এনে কথা কৈছে কেজৰিৱালে

‘এইটো কি মাল আহিল ম‍ই চাব লাগিব, মাল শব্দটো অসংদীয় নহয়’

আম আদমী পাৰ্টিয়ো লগোৱা পোষ্টাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ

আপ’ কি, হিমন্ত বিশ্ব শৰ্মাই এনে নাম শুনাই নাই বুলি মন্তব্য কৰে

অৰবিন্দ কেজৰিৱালে অসম আহি ১২ লাখ চাকৰি দিয়া বুলি কৰা দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.