অসমজীৱনশৈলীমনোৰঞ্জন

ভয়াল ৰাতি, মাতাল যুৱতীৰ তাণ্ডৱ! অচিনাক্ত যুৱকে বুক কৰি দিয়া উবেৰত বহি পাহৰি থাকিল নিজৰ ঘৰৰ ঠিকনা

যাকে য’তে পাইছে এফালৰ পৰা দি গৈছে ব্যভিচাৰ গালি

ভয়াল ৰাতি সুৰাত মগন যুৱতী। অচিনাক্ত যুৱকে বুক কৰি দিয়া উবেৰত বহি পাহৰি থাকিল নিজৰ ঘৰৰ ঠিকনা।

নিশা মাতাল যুৱতীৰ তাণ্ডৱ। জানিব পৰা অনুসৰি, কোনো অচিন যুৱকে পামহিৰ পৰা উৱেৰ বুক কৰি দিছিল গনেশপাৰালৈ বুলি। পিছে গনেশপাৰালৈ উৱেৰ চালকে লৈ গৈছিল যদিও সুৰাৰ ৰাগীত মগন হয় থকা যুৱতীয়ে পাহৰিলে নিজৰ ঘৰৰ ঠিকনা। যাৰ বাবে বিবুধিক পৰা উবেৰ চালকে যুৱতীক লৈ যায় গড়চুক থানালৈ। পিছে গড়চুক থানাত উপস্থিত হৈও মাতাল যুৱতীগৰাকীয়ে দেখুৱালে তাণ্ডৱ। মুখত অশ্লীল গালি গালাজ আৰু হাতত সুৰাৰ বটল। যাকে য’তে পাইছে এফালৰ পৰা দি গৈছে ব্যভিচাৰ গালি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.