খেলদৈনিক বাতৰিভাৰত

আজি বাৰানাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশত হ’ব তৃতীয়খন আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম

আজি বাৰানাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশত হ’ব তৃতীয়খন আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম

আজি বাৰানাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উত্তৰ প্ৰদেশত হ’ব তৃতীয়খন আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম

নতুন ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব PM মোদীয়ে

৪৫১ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব ক্ৰিকেট ষ্টেডিয়ামখন

বাৰানসীৰ ৰিং ৰোডৰ সমীপৰ গঞ্জাৰীগাঁৱত হ’ব ষ্টেডিয়াম

অত্যাধুনিকৰূপত নিৰ্মাণ কৰা হ’ব ষ্টেডিয়ামখন

গেলাৰী, প্ৰৱেশদ্বাৰত থাকিব কাশী শিৱৰ প্ৰচ্ছায়া

গেলাৰীৰ আকৃতি হ’ব শিৱৰ মূৰত থকা কাঁচিজোনৰ দৰে

প্ৰৱেশদ্বাৰৰ আকৃতি হ’ব বেলপাতৰ দৰে

VIP গেলাৰীৰ আকৃতি হ’ব ডুগডুগীৰ দৰে

ত্ৰিশূল আকৃতিৰ হ’ব ষ্টেডিয়ামৰ ফ্লাড লাইট

গংগাৰ ঘাটসমূহৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব গেলাৰী

৩০ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব অত্যাধুনিক ষ্টেডিয়ামখন

আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও দ্বিগজ ক্ৰিকেটাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.