পৰিৱেশ

১০ জুনত বিশ্ববাসী সাক্ষী হৈ ৰ’ব ‘ৰিং অব ফায়াৰ’ৰ

পুনৰ এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হৈ ৰ’ব বিশ্ববাসী।

বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ  দেখা যাব জুনত।

বুদ্ধ পুৰ্ণিমাৰ দিনা অৰ্থাৎ ২৬ মে’ ত আছিল বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। তাৰ পাছত এইবাৰ ১০ জুনত হ’ব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস নহ’লেও চন্দ্ৰৰ ছাঁই সূৰ্যৰ প্ৰায় ৯৯ শতাংশ ঢাকি পেলাব। ফলত দেখা যাব  ৰিং অব ফায়াৰ গ্ৰহণ।

দিনৰ ১ বাজি ৪২ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব সূৰ্যগ্ৰহণ। আমেৰিকাৰ উত্তৰ ভাগ, ৰাছিয়াৰ গ্ৰীণলেণ্ড,  উত্তৰ কানাডা, ইউৰোপ, উত্তৰ-পশ্চিম আফ্ৰিকা আৰু এছিয়াৰ পৰা আংশিক ভাৱে সুৰ্যগ্ৰহণ দেখা যাব।

সূৰ্যক সম্পূৰ্ণভাবে প্ৰথম দেখা যাব ৩ বাজি ১৯ মিনিটত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.