অসমদুৰ্ঘটনা

বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন হ’ল শিশু

বেঁকী নৈত গা ধুবলৈ নামিছিল আছিফুল, ছাকিবুল নামৰ দুই শিশুৱে

হাউলীত বেঁকী নৈত অঘটন। গা ধুবলৈ গৈ সন্ধানহীন হ’ল দেউলীপাৰাৰ আছিফুল ইছলাম।

বেঁকী নৈত গা ধুবলৈ নামিছিল আছিফুল, ছাকিবুল নামৰ দুই শিশুৱে।

পানীৰ সোঁতে উটুৱাই লৈ গৈছিল দুয়োকে। স্থানীয় ৰাইজৰে ছাকিবুল ইছলামক উদ্ধাৰ কৰে যদিও উদ্ধাৰ নহ’ল আছিফুল ইছলাম।

আছিফুল ইছলামক বিচাৰি SDRFৰ অভিযান অব্যাহত ৰাখিছে। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই শিশুটি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.