অসমআঞ্চলিকদৈনিক বাতৰি

নাজিৰাৰ এটা স্বাস্থ্য কেন্দ্ৰৰ পয়া লগা অৱস্থা, নিশা হ’লে নাজিৰাৰ খেলুৱা খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত নাথাকে এজনো চিকিৎসক তথা নাৰ্চ

নাজিৰাৰ এটা স্বাস্থ্য কেন্দ্ৰৰ পয়া লগা অৱস্থা

নাজিৰাৰ এটা স্বাস্থ্য কেন্দ্ৰৰ পয়া লগা অৱস্থা। নিশা হ’লে নাজিৰাৰ খেলুৱা খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত নাথাকে এজনো চিকিৎসক তথা নাৰ্চ। নিশাৰ ভাগত কেৱল মাত্ৰ এগৰাকী নাৰ্চৰ উপস্থিতিত চলে নাজিৰাৰ খেলুৱা খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ কাম কাজ। সমান্তৰালকৈ স্বাস্থ্য কেন্দ্ৰটোত নাই ইনভাৰ্টাৰ তথা উন্নত বিদ্যুৎ সংযোগ।

খেলুৱা খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ SDMOয়ে এই ক্ষেত্ৰত নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। ইয়াৰ উপৰি কোন সময়ত কোনজন চিকিৎসকৰ কৰ্তব্য থাকে সেই সম্পৰ্কেও উক্ত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত নাৰ্চে জ্ঞাত নহয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.