Assamnationalঅসমগুজৰাটদৈনিক বাতৰি

মুহূৰ্ততে শেষ হৈ গ’ল এটা পৰিয়াল, শিশুসহ একে পৰিয়ালৰ ৭জনৰ আত্মহনন

মুহূৰ্ততে শেষ হৈ গ’ল এটা পৰিয়াল, শিশুসহ একে পৰিয়ালৰ ৭জনৰ আত্মহনন

মুহূৰ্ততে শেষ হৈ গ’ল এটা পৰিয়াল

শিশুসহ একে পৰিয়ালৰ ৭জনৰ আত্মহনন

গুজৰাটৰ চুৰাটত এই শিহৰণকাৰী আত্মহত্যা

আৰ্থিক দৈন্যতাই হৈ পৰিল কাল!

পিতৃ–মাতৃ, এক দম্পতীসহ ৩ সন্তানৰ আত্মহনন

মৃতদেহৰ কাষত উদ্ধাৰ ছুইচাইড নোট

পৰিত্যক্ত অৱস্থাত উদ্ধাৰ বিহৰ খালী বটল

সিদ্ধেশ্বৰ এপাৰ্টমেণ্টত বাস কৰিছিল মণীষ সুলংকীৰ পৰিয়াল

ফাৰ্নিছাৰ ব্যৱসায়ৰ লগতে ইণ্টেৰিঅ’ৰ ডিজাইনাৰ আছিল মণীষ

পিতৃ–মাতৃ, পত্নী, ২ কন্যা, এটি পুত্ৰ সন্তানৰ সৈতে সিদ্ধেশ্বৰ এপাৰ্টমেণ্টত আছিল মণীষ

মণীষ সুলংকীৰ ফেনত চিপ লৈ আত্মহত্যা

ঘৰৰ আন সদস্যই বিহ খাই আত্মহত্যাৰ সন্দেহ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.