Assamassam policeleatest update

অসম বিশ্ববিদ্যালয়ত আজৱ ঘটনা; ফলাফলৰ পূৰ্বেই প্ৰকাশ পালে মাৰ্কশ্বিট।

চাইবাৰ অপৰাধীয়ে বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক কৰাৰ সন্দেহ...

অসম বিশ্ববিদ্যালয়ত ফলাফলৰ পূৰ্বেই মাৰ্কশ্বিট প্ৰকাশ। ঘটনাক লৈ সৰৱ ছাত্ৰ সংগঠন ‘আকছা’। তদন্ত কৰি দোষীৰ উপযুক্ত শাস্তিৰ দাবী। অন্যথা আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। ৰহস্যজনকভাৱে এতিয়াও নীৰৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

উল্লেখ্য যে শুকুৰবাৰে পোহৰলৈ আহিছিল অসম বিশ্ববিদ্যালয়ত আজৱ ঘটনা। ফলাফলৰ দিন ঘোষণা নৌহওঁতেই বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল মাৰ্কশ্বিট। চাইবাৰ অপৰাধীয়ে বিশ্ববিদ্যালয়ৰ ৱেবছাইট হেক কৰাৰ সন্দেহ কৰা হৈছিল যদিও এতিয়াও পোহৰলৈ অহা নাই প্ৰকৃত তথ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.